/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a037bb40-f86b-4ee4-83ce-d1481bcf74f0/burmese_supari_21.jpg)
বোকাজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিঃ দুজনক আটক...
-
বোকাজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি।
-
আৰক্ষীয়ে আটক কৰিছে দুই সৰবৰাহকাৰীক।
-
ডিলাই আৰক্ষীৰ নাকা তালাচিত জব্দ কৰা হৈছে এই বাৰ্মিজ চুপাৰিখিনি।
-
জব্দকৃত চুপাৰিখিনিৰ পৰিমাণ ৫০ কুইণ্টল।
-
AS 25 EC 2165 নম্বৰৰ এখন ট্ৰাকত গোপন চেম্বাৰ সাজি সৰবৰাহৰ চেষ্টা কৰিছিল চক্ৰটোৱে।
-
আটকাধীন দুই সৰবৰাহকাৰীৰ নাম ছাদ্দাম হুচেইন আৰু ৰুবুল আমিন।
-
অধিক তথ্যৰ বাবে দুই সৰবৰাহকাৰীকে জেৰা চলাই আছে আৰক্ষীয়ে।
-
জব্দ কৃত অবৈধ বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লাখ টকা।
Also Read: হাৰ্হি একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ত পুথিভঁৰালৰ আধাৰশিলা স্থাপন...