বোকাজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিঃ দুজনক আটক...

বোকাজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিঃ দুজনক আটক...
বোকাজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিঃ দুজনক আটক...
  • বোকাজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি।

  • আৰক্ষীয়ে আটক কৰিছে দুই সৰবৰাহকাৰীক।

  • ডিলাই আৰক্ষীৰ নাকা তালাচিত জব্দ কৰা হৈছে এই বাৰ্মিজ চুপাৰিখিনি।

  • জব্দকৃত চুপাৰিখিনিৰ পৰিমাণ ৫০ কুইণ্টল।

  • AS 25 EC 2165 নম্বৰৰ এখন ট্ৰাকত গোপন চেম্বাৰ সাজি সৰবৰাহৰ চেষ্টা কৰিছিল চক্ৰটোৱে।

  • আটকাধীন দুই সৰবৰাহকাৰীৰ নাম ছাদ্দাম হুচেইন আৰু ৰুবুল আমিন।

  • অধিক তথ্যৰ বাবে দুই সৰবৰাহকাৰীকে জেৰা চলাই আছে আৰক্ষীয়ে।

  • জব্দ কৃত অবৈধ বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লাখ টকা।

বোকাজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিঃ দুজনক আটক...
হাৰ্হি একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ত পুথিভঁৰালৰ আধাৰশিলা স্থাপন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in