বোকাজানত বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ : আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

বোকাজানত বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ : আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

ডিজিটেল সংবাদ,বোকাজান : বোকাজানত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী। ডিলাই আৰক্ষীৰ নাকা তালাচিত জব্দ কৰা হৈছে হেৰ'ইন।

১৩০ টা প্লাষ্টিকৰ চাবোনৰ বাকচত উদ্ধাৰ হোৱা হেৰ'ইনখিনিৰ ওজন ১.৬৫ কে জি।মণিপুৰৰ পৰা গুৱাহাটী অভিমুখি AS-01-KC-9014 নম্বৰৰ এখন Winger বাহনত উদ্ধাৰ কৰা হৈছে হেৰ'ইনখিনি।

জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা। আৰক্ষীয়ে হেৰ'ইনসহ মণিপুৰৰ মহম্মদ এলিয়াছ আলি আৰু মহম্মদ চিৰাজুদ্দিন আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

বোকাজানত বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ : আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী
নগাঁও প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in