/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
ei muhurtar khabar
•ডিফুৰ ৰাজপথত ACS বিষয়াৰ গুণ্ডাগিৰি ।
•পৰিয়ালকেন্দ্রিক বিবাদক কেন্দ্র কৰি ৰাজপথত সন্ত্রাস বিষয়াৰ ।
•জ্যেষ্ঠ এ চি এচ বিষয়া মুকুল কাথাৰৰ বিৰুদ্ধে এই অভিযোগ ।
•পত্নীৰ পিতৃৰ গৃহৰ সন্মুখত গুলী ফুটাই সন্ত্রাস বিষয়াগৰাকীৰ ।
•বিষয়াগৰাকীৰ বিৰুদ্ধে ডিফু থানাত এজাহাৰ পত্নীৰ পৰিয়ালৰ ।
Also Read: ধুবুৰী আৰক্ষীৰ সফলতা: গ্ৰেপ্তাৰ কুখ্যাত মাফিয়া জেলাল আলী...