/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2f25804b-3526-4df2-b9fd-6e3dbb2e0a58/BOKAJAN_13.jpg)
বোকাজানত ড্ৰাগছৰ বিৰুদ্ধে অভিযানঃ ৩ জনক আটক...
বোকাজানত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
খুচিদা বেগম নামৰ এগৰাকী মহিলাৰ ঘৰত আৰক্ষীৰ অভিযান।
অভিযানত ২০ টা চাবোনৰ বাকচত জব্দ ২৫০ গ্ৰাম ড্ৰাগছ।
খৰিৰ মাজত লুকুৱাই ৰাখিছিল এই ড্ৰাগছখিনি।
খটখটি মণিপুৰী বস্তিত উদ্ধাৰ বুজন পৰিমাণৰ ড্ৰাগছখিনি।
ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ধৃত খুচিদা বেগম, কুতুব উদ্দিন আৰু ফৰিজ উদ্দিনক আটক কৰিছে আৰক্ষীয়ে।
ড্ৰাগছ লগতে আৰক্ষীয়ে জব্দ কৰে নগদ ২৫০০০ টকা।
উল্লেখযোগ্য যে এন ডি পি এছ গোচৰত পূৰ্বে খুচিদা বেগমক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি গ্ৰহণ কৰিবলৈ অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল...