/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8d76ad95-cd4c-4e2d-a520-e62d37348fda/tuliram_ranghang.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ পাকলংকামত কেহাই ৰংহাং খেলপথাৰত বিজেপিৰ যোগদান সভা। বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাত অনুষ্ঠিত বিজেপি দলৰ এখন যোগদানৰ দলীয় সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b9e9adc4-1a0d-48fb-b28e-2162831e5ec4/fcff7362_d1be_440b_ae40_748b409aacc7.jpg)
মুখ্য কাৰ্যবাহীগৰাকীৰ উপস্থিতিত বিৰোধী দল APHLC ৰ ১১০ টা পৰিয়ালৰ লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । এই যোগদান অনুষ্ঠানত সাংসদ হৰেণছিং বে ',বিধায়ক দৰছিং ৰংহাং আৰু বিদ্যাছিং ইংলেং, ৰাজু তিছ', উপাধ্যক্ষ অজিত কুমাৰ দে আদি নেতাসকল উপস্থিত থাকে ।
Also Read: SI জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত ৩ আৰক্ষী বিষয়াক মাৰাথান জেৰা CID ৰ...