/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/74256b92-cefb-43d6-abdb-f30ed4cf21ff/president.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু আহিব অসমলৈ ৷ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপ্ৰধানগৰাকী ৷ কাজিৰঙাত অনুস্থিত হ’বলগীয়া গজ মহোৎসৱত ভাগ ল’ব ৰাষ্ট্ৰপতিগৰাকীয়ে৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই জনোৱা অনুসৰি ৬ আৰু ৭ এপ্ৰিলত অসমত অনুষ্ঠিত হ’বলগীয়া কাজিৰঙাৰ গজ মহোৎসৱত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ কাজিৰঙাৰ বিভিন্ন স্থানত এই মহোৎসৱ অনুষ্ঠিত হ’ব যদিও বৰ্তমানেও স্থানসমূহ ঠিৰাং হোৱা নাই ৷
এই সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ’ব৷ বৈঠকৰ পিছতহে স্থানসমূহ নিৰ্ধাৰণ কৰা হ’ব
Also Read: পত্নী হত্যাকাৰী নাৰায়ণ দাসৰ আত্মসমৰ্পণ