৮ অক্টোবৰত অমিত শ্বাহ, ৭ অক্টোবৰত জে পি নাড্ডা আহিব গুৱাহাটীলৈ...

অহা ৭ অক্টোবৰত গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

author-image
Asomiya Pratidin
New Update
৮ অক্টোবৰত অমিত শ্বাহ, ৭ অক্টোবৰত জে পি নাড্ডা আহিব গুৱাহাটীলৈ...

jp nadda, amit sah visit to ghy

ডিজিটেল ডেস্ক : অহা ৭ অক্টোবৰত গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। দলীয় কৰ্মীৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰিব নাড্ডাই। আনহাতে, ৮ অক্টোবৰত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আহিব অসমলৈ।

Advertisment

কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্রহণ কৰিব অমিত শ্বাহে। উক্ত দিনাই মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতিৰ উপস্থিতিত বিজেপিৰ বশিষ্ঠস্থিত নতুন কাৰ্যলয় মুকলি কৰিব অমিত শ্বাহে। আনহাতে খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ'ব বিজেপিৰ কাৰ্যকৰ্তাৰ বিশাল সন্মিলন।

আৰু পঢ়ক : 'ভিক্টৰ দাস এজন সফল শিক্ষক', শীঘ্ৰেই ভিক্টৰক মুকলিৰ দাবী অভিভাৱকৰ...

assam jp nadda amit sah guwahati