New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
যোৰহাট বাহনা ধৌৱাপুখুৰী গাঁৱত চাঞ্চল্যকৰ ঘটনা
ঘৰৰ ভিতৰত মহিলাৰ উৱঁলি যোৱা মৃতদেহ উদ্ধাৰ
কেৱল কংকাল থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো
মৃত মহিলাগৰাকীৰ নাম অনুপমা দত্ত
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Also Read: সহোদৰে আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা