/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
dangor khabar
তিতাবৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
তিতাবৰৰ খেৰমীয়া আৰু কাণখোৱা গাঁওৰ দুই শিশু পানী পৰি সলিল সমাধি ঘটিছে।
তিতাবৰৰ কাণখোৱা গাঁওৰ লখি গগৈ নামৰ ব্যক্তি ঘৰৰ এটা পুখুৰীত পৰি দুই শিশুৰ মৃত্যু হয়।
মৃত শিশু দুটা ক্ৰমে প্ৰাঞ্জু বৰুৱা (৯) আৰু মিন্টু গগৈ (৯) বুলি জানিব পৰা গৈছে।
পুখুৰী পৰা উদ্ধাৰ কৰি দুই শিশুক ততাতৈয়াকৈ তিতাবৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদি চিকিৎসালয়ত মৃত্যু হয় দুই শিশুৰ ।
শিশু দুটি কানখোৱা প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে।
শিশু দুটিৰ মৃত্যুত অঞ্চলৰ জুৰি শোকৰ ছাঁ পৰিছে।
Also Read: গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us