/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/afaeb45f-473a-4e33-a40b-3e2b97312528/8.jpg)
-
ৰাইজৰ সহযোগত তিতাবৰ আৰক্ষীৰ সফলতা
-
ড্ৰাগছসহ আটক দুজন যুৱক
-
ৰংদৈ তিনি আলিৰ পৰা তিতাবৰ আৰক্ষীয়ে আটক কৰিছে দুই ধৃতক
-
তেওঁলোকৰ নাম মুস্তাফিজুৰ ৰহমান আৰু চাহিদ আহমেদ
-
ৰাইজে কেইবাদিনো খাপপিটি অৱশেষত নিশাৰ ভাগত ড্ৰাগছ ছিৰিঞ্জসহ হাতে-লোটে ধৰি তিতাবৰ আৰক্ষীক চমজাই দিয়ে
-
ড্ৰাগছ ব্যৱসায়ৰ লগত তিতাবৰৰ বহু কেইজন ব্যক্তি জড়িত থকাৰ কথা প্ৰকাশ।
Also Read: ফলাফলহীন ভাৰত-পাকিস্তান মহাৰণ