/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/a27cac7f-5118-4182-b807-8b649b15528f/AP_FOR_WEB_jorhat.jpg)
ডিজিটেল ডেস্কঃ পুনৰ যোৰহাটৰ ঢেকেলিয়াত নাহৰফুটুকীৰ সন্ত্ৰাস। বন বিভাগৰ উদ্যোগত পিঞ্জৰাবদ্ধ কৰা হয় নাহৰফুটুকীটো । এটা পষেকত দ্বিতীয়টো নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছে অঞ্চলটোত। পশ্চিম যোৰহাটৰ বৃহৎ অঞ্চলটোত দীৰ্ঘদিনে নাহৰফুটুকীয়ে সৃষ্টি কৰি আহিছিল সন্ত্ৰাসৰ। দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত নাহৰফুটুকীটোৱে স্থানীয় ৰাইজৰ পোহনীয়া জীৱ জন্তু খাই সন্ত্ৰাসৰ চলাইছেে।
গোহালিৰ গৰু, গড়ালৰ হাঁহ, মুৰ্গী খাই সন্ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকীটো ধৰিবৰ বাবে তিনিদিন পূৰ্বে বনবিভাগে স্থাপন কৰা পিঞ্জৰাত অৱশেষত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়।
Also Read: ৰাজপথত বাহন ৰখাই যাত্রীক দুৰ্বৃত্তৰ আক্রমণ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t121417089z-untitled-1-1-2025-10-29-17-44-17.png)
Follow Us