New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ...
যোৰহাটত পুৱাই উদ্ধাৰ নৱজাতক।
পথাৰৰ মাজত কান্দোন শুনি স্থানীয় লোকে উদ্ধাৰ কৰে নৱজাতকটি।
যোৰহাট কাকতিগাঁৱৰ সেউজনগৰত এই ঘটনা।
নৱতাজকটি ভৰ্তি কৰোৱা হৈছে JMCHত।
Also Read: বিলাসীপাৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত উদ্ধাৰ যুৱকৰ মৃতদেহ