তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ে লাভ কৰিলে NACC ৰ A+ গ্ৰেড

তিতাবৰৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদৰ 'এ প্লাছ' লাভ কৰাত উৎফুল্লিত সমগ্ৰ তিতাবৰবাসী
ফটো সংগ্ৰহ
ফটো সংগ্ৰহ

ডিজিটেল সংবাদ, যোৰহাটঃ তিতাবৰৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদৰ 'এ প্লাছ' লাভ কৰাত উৎফুল্লিত সমগ্ৰ তিতাবৰবাসী ।

এই আপাহতে বৃহস্পতিবাৰে মহাবিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীবৃন্দক উষ্ম অভিনন্দন জ্ঞাপন কৰে তিতাবৰ বিধানসভা সমষ্টি উন্নয়ন সমিতিয়ে।

সমিতিৰ সভাপতি ড° গুণাৰাম নাথৰ নেতৃত্বত মহাবিদ্যালয়ত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন বিষয়ববীয়া সকল উপস্থিত থাকি মহাবিদ্যালয়খনে লাভ কৰা সফলতাক ভূয়সী প্ৰশংসা কৰে।

NACC A+ grade
NACC A+ grade
ফটো সংগ্ৰহ
শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ বাহিৰ হোৱাটো কিমান জৰুৰী জানেনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in