বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আটক কৰিলে দুটা চাউল চোৰঃ আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুয়োটা...

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আটক কৰিলে দুটা চাউল চোৰঃ আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুয়োটা...

author-image
Asomiya Pratidin
New Update
বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আটক কৰিলে দুটা চাউল চোৰঃ আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুয়োটা...

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আটক কৰিলে দুটা চাউল চোৰঃ আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুয়োটা...

  • মৰিয়নিত চাউল চুৰিক লৈ উত্তেজনা।

  • মৰিয়নিৰ নকচাৰীত সমবায় সমিতিৰ চাউল চুৰিক লৈ সৃষ্টি হৈছে এই উত্তেজনা।

  • চাউল চুৰৰ বিৰুদ্ধে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চলাইছিল অভিযান।

  • অভিযানৰ সময়ত আটক কৰিছিল দুটা চোৰক।

  • ইয়াৰ পাছতে বিধায়কগৰাকীয়ে দুয়োটা চোৰকে চমজাই দিয়ে আৰক্ষীক।

  • সকলোকে আচৰিত কৰি আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুয়োটা চাউল চোৰ।

  • বিধায়ক কুৰ্মীয়ে আটক কৰা দুয়োটা চোৰে নকচাৰী সমবায় সমিতিৰ চাউল হৰলুকি কৰিছিল।

  • ভাৰতীয় খাদ্য নিগমৰ চিনামৰাস্থিত কাৰ্যালয়ৰ পৰা সমবায় সমিতিলৈ আহিছিল চাউলখিনি।

  • চাউল চোৰ দুটাৰ নাম হিমাংশু বৰা আৰু ৰঞ্জিত গগৈ।

  • দুয়োটা চোৰৰ ঘৰ যোৰহাটত।

Advertisment

Also Read: জামুগুৰি আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সুৰা...

মৰিয়নি ৰূপজ্যোতি কুৰ্মী