/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/a3d3f227-d577-415f-afcc-a9de570ad6b1/jamuguri_21.jpg)
জামুগুৰি আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সুৰা...
-
জামুগুৰিহাটৰ নাহৰবাৰীত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ।
-
জামুগুৰি আৰক্ষীৰ অভিযানত জব্দ হৈছে এই বৃহৎ পৰিমাণৰ অবৈধ সুৰাখিনি।
-
অভিযানৰ নেতৃত্বত আছিল জমুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজ্যোতি বৰা।
-
এজন লোকৰ ঘৰৰ পৰা জব্দ কৰা হৈছে এই সুৰাখিনি।
-
জানিব পৰা মতে প্ৰায় ২০০ বটল অবৈধ সুৰা জব্দ কৰিছে আৰক্ষীয়ে।
Also Read: প্ৰদূষণঃ GMCH ত বৃদ্ধি পাইছে শিশু ৰোগীৰ সংখ্যা, অপ্ৰয়োজনত বাহিৰলৈ নুলিয়াব আপোনাৰ শিশুক...