/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b46c20f1-d7cc-4881-8513-20143f3ac68c/15.jpg)
ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নিৰ জেষ্ঠ সংবাদকৰ্মী প্ৰদীপ মিত্ৰৰ বিয়োগ।অসমৰ কেইবাটাও ইলেকট্ৰনিক সংবাদ মাধ্যমৰ ভিডিঅ জাৰ্ণেলিষ্ট হিচাপে কৰ্মৰত আছিল প্ৰদীপ মিত্ৰ। বিগত দুবছৰ ধৰি বৃক্ক ৰোগত আক্ৰান্ত প্ৰদীপ মিত্ৰৰ জিএমচিএইছত মৃত্যু হয়।
প্ৰাক্তন সংবাদকৰ্মীগৰাকীৰ মৃত্যুত মৰিয়নি প্ৰেছ ক্লাৱ, আপকু যোৰহাট জিলা সমিতি, মৰিয়নি ই মেডিয়া, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি বিভিন্ন ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।
Also Read: সদৌ অসম মইনা পাৰিজাতৰ হীৰক জয়ন্তী বৰ্ষ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us