জুইত জাহ গ'ল কৃষকৰ সপোন ! ১৫ বিঘা মাটিৰ ধান জ্বলি ছাঁয়...

জুইত জাহ গ'ল কৃষকৰ সপোন !  ১৫ বিঘা মাটিৰ ধান জ্বলি ছাঁয়...
জুইত জাহ গ'ল কৃষকৰ সপোন ! ১৫ বিঘা মাটিৰ ধান জ্বলি ছাঁয়...

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰত মহকুমাৰ বালিজান শ্যাম গাঁৱত আজি সন্ধিয়া ভয়ঙ্কৰ অগ্নিকাণ্ড সংঘটিত হয় । এই বিধবংসী জুইত নিমিষতে জাহ যায় দুটাকৈ গৃহ ৷

এই অগ্নিকাণ্ডত মাণিক শ্যাম নামৰ লোকজনৰ খেৰঘৰ আৰু ধানৰ ভঁৰাল সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই যদিও প্ৰায় ১৫ বিঘা মাটিৰ প্ৰায় ডেৰ লাখ টকাৰ ভঁৰালৰ ধান সম্পূৰ্ণ ভাৱে জ্বলি ছাই হৈ যায় ৷

সময় মতে মৰিয়নি আৰু তিতাবৰৰ দুখনকৈ অগ্নী নিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নি নিৰ্বাপন কৰাত ৰক্ষা পৰিল গাওঁখনৰ বহু বাসগৃহ ।

জুইত জাহ গ'ল কৃষকৰ সপোন !  ১৫ বিঘা মাটিৰ ধান জ্বলি ছাঁয়...
৩৫ খন ই-ৰিক্সা, অৰ্ধ শতাধিক বাহনেৰ ৰেলীৰে ১০ খন গাঁৱৰ মাজেৰে আদৰি আনিলে বিদায়ী শিক্ষকক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in