/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-2-300x188-1.jpg)
জুইত জাহ গ'ল 'ৰিলেক্সি' ধাবা... dangor khabar
মৰিয়নিত বিধ্বংসী অগ্নিকাণ্ড।
মৰিয়নিৰ নাগিনীজানত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
নাগিনীজান পথত থকা 'ৰিলেক্সি' নামৰ এখন ধাবাত অগ্নিকাণ্ড।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে ধাবাখন।
প্ৰাথমিক তথ্য অনুসৰি শ্বৰ্টচাৰ্কিটৰ ফলতেই সূত্ৰপাত হৈছে এই অগ্নিকাণ্ড।
Also Read: আই পি এল জুৱাৰী আটকঃ কেইবালাখ টকা জব্দ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us