/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
আই পি এল জুৱাৰী আটকঃ কেইবালাখ টকা জব্দ...
-
ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ হৈছে আই পি এল জুৱাৰী।
-
আজি লংকাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কেইবাজনো জুৱাৰীক।
-
জুৱাৰী কেইটাৰ পৰা জব্দ কৰিছে নগদ ৮ লাখ টকা।
-
ধৃত প্রেম কুমাৰ সিং, উত্তম কুমাৰ সিং, অমৃত সিনহা, মিঠু শীল।
-
জুৱাৰী কেইটাৰ পৰা জব্দ কৰিছে ৪ টা মোবাইল ফোনো।
-
লংকা আৰক্ষীৰ অভিযানত আটক হয় এই জুৱাৰী কেইটা।
Also Read: আপৰ অভিযোগঃ হিমন্ত চৰকাৰে মূল্যবৃদ্ধি,ঋণ, দুর্নীতিৰে সর্বকালৰ অভিলেখ ভংগ কৰিছে...