/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2e96dfdf-76b5-4d74-aab5-4eaaa8434ea1/8.jpg)
ডিজিটেল সংবাদ মৰিয়নি: ঐক্য আৰু সততাৰ বাণী লৈ মৰিয়নিৰ চেলেংহাটৰ পৰা তিনিচুকীয়ালৈ মাৰাথান দৌৰ আৰম্ভ কৰিছে এজন ক্ৰীড়াবিদে। মৰিয়নিৰ চেলেংৰ মাজনৈ চাহ বাগিছাৰ নিবাসী তথা আটছাৰ প্ৰাক্তন কেন্দ্ৰীয় সহকাৰী সম্পাদক দিপন চাওৰাই আৰম্ভ কৰিছে এই মাৰাথন।
ক্ৰীড়াবিদ দিপন চাওৰাই আৰম্ভ কৰিছে ২০০কিলোমিটাৰ মাৰাথান দৌৰ। বৃহস্পতিবাৰে পুৱা মৰিয়নিৰ চেলেংহাট কলিয়াপানিৰপৰা তিনিচুকীয়া অভিমুখে দৌৰবিদজনে যাত্ৰা আৰম্ভ কৰিছে।
Also Read: পুত্ৰৰ বিবাহৰ বাবে নিমন্ত্ৰন জনাবলৈ গৈ দুৰ্ঘটনাত পিতৃৰ মৃত্যু