/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0efaaa3a-fefa-4fad-98e1-3155010a5bd7/majuli_23.jpg)
অনিৰ্দিষ্ট কালৰ বাবে বন্ধ মাজুলীৰ ফেৰী সেৱা...
ডিজিটেল ডেস্কঃ মাজুলীত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰা হৈছে ফেৰী সেৱা। নিমাতীৰ পৰা মাজুলী সংযোগী ফেৰী সমূহৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে।
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰা বাবে সুৰক্ষামূলক ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এক নিৰ্দেশনাও জাৰি কৰিছে।
Also Read: পুনৰ সোণাপুৰ টানেলত ভূমিস্খলনঃ শিলচৰ -গুৱাহাটী সংযোগী পথ বন্ধ...