পুনৰ সোণাপুৰ টানেলত ভূমিস্খলনঃ শিলচৰ -গুৱাহাটী সংযোগী পথ বন্ধ...

পুনৰ সোণাপুৰ টানেলত ভূমিস্খলনঃ শিলচৰ -গুৱাহাটী সংযোগী পথ বন্ধ...

author-image
Asomiya Pratidin
New Update
পুনৰ সোণাপুৰ টানেলত ভূমিস্খলনঃ শিলচৰ -গুৱাহাটী সংযোগী পথ বন্ধ...

পুনৰ সোণাপুৰ টানেলত ভূমিস্খলনঃ শিলচৰ -গুৱাহাটী সংযোগী পথ বন্ধ...

ডিজিটেল ডেস্কঃ প্ৰতিকূল বতৰৰ মাজতে পুনৰ মেঘালয়ৰ সোণাপুৰত সংঘটিত হ'ল ভূমিস্খলনৰ ঘটনা। পুনৰ সোণাপুৰ টানেলৰ সন্মুখত সংঘটিত হৈছে এই ভূমিস্খলন।

Advertisment

ফলত বন্ধ হৈ পৰিছে শিলচৰ আৰু গুৱ হাটী সংযোগী ঘাইপথৰ মাজেৰে যাতায়ত। পথটোৰ মাজাৰে যাতায়ত বন্ধ হৈ পৰাৰ ফলত দুয়ো পাৰে আৱদ্ধ হৈ পৰিছে শ শ যানবাহন।

উল্লেখ্য, ইয়াৰ পূৰ্বেও কিছুদিন এই টানেলৰ সন্মুখত ভূমিস্খলন সংঘটিত হৈছিল। বাৰে বাৰে এই টানেলৰ সন্মুখত ভূমিস্খলন সংঘটিত হৈ অহাৰ ফলত মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আদি ৰাজ্যৰ সৈতেও যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰিছে।

Also Read: বিহাৰত ভিৰ কৰিছে বিৰোধী ৰাজনৈতিক নেতাইঃ কি হ'ব ২০২৪ ৰ ৰণনীতি ?

সোণাপুৰ ভূমিস্খলন