/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/4b65aa82-f524-45de-a2b2-9e3c93eb92b9/nimati_ghat.jpg)
ডিজিটেল ডেস্কঃ আজিৰে পৰা পুনৰ আৰম্ভ হৈছে মাজুলীৰ ফেৰী সেৱা । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছতেই ফেৰী সেৱা বন্ধ ৰখা হৈছিল । পুনৰ শুকুৰবাৰৰ পৰা মাজুলীৰ পৰা নিমাতি ঘাটলৈ ফেৰী চলাচল আৰম্ভ হৈছে ।
অফলামুখৰ পৰা নিমাতি ঘাটলৈও চলিছে ফেৰী । কমলাবাৰীৰ পৰা নিমাতিলৈও চলিছে ফেৰী । ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ ফলতেই পুনৰ চলাচল কৰিছে ফেৰী সেৱা ।
Also Read: গহপুৰত প্ৰায় ২০ কেজি ওজনৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...