New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b0228f81-0523-4f86-9047-bd33551c4a66/AP_FOR_WEB__bribe_.jpg)
উৎকোচ লৈ গ্ৰেপ্তাৰ যোৰহাটৰ আঞ্চলিক বন বিষয়া।
দুৰ্নীতি নিবাৰক শাখাৰ জালত ৰেঞ্জাৰ ইকবাল আহমেদ।
যোৰহাটত ঘোচ লৈ হাতে-লোটে আটক চৰকাৰী বিষয়াগৰাকীক।
দাবী কৰা ধন লওতে আটক ৰেঞ্জাৰ ইকবাল আহমেদক।
৩০ হাজাৰ টকা উৎকোচ লৈছিল তেঁও।