New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d42e2cf6-126c-4cc2-bb5d-83dd28cfe6c1/326.jpg)
-
যোৰহাটত আয়কৰ বিভাগৰ অভিযান।
-
বৃহস্পতিবাৰে আয়কৰ বিভাগে চলাইছে এই অভিযান।
-
চহৰখনৰ পি ডব্লিঅ ডি পইণ্টৰ এটা বাসগৃহত চলিছে অভিযান।
-
ব্যৱসায়ী বি এল আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান।
-
সম্প্ৰতি কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই বিভাগে।