/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/cde60f09-4dfd-44d1-a88c-963a421e8a1f/281.jpg)
তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা
-
তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা
-
ৰখাই থোৱা কন্টেনাৰত খুন্দা মাৰে Tata Altroz গাড়ীয়ে
-
তিতাবৰৰ পৰা অহা এখন Tata Altroz গাড়ীয়ে খুন্দা মাৰে ন আলিৰ ওপৰত ৰখাই থোৱা এখন কন্টেনাৰত
-
দুৰ্ঘটনাত আহত Altroz গাড়ীখনৰ চলকসহ আৰোহী
-
আহত এজনক সংকটজনক অৱস্থাত JMCHলৈ প্ৰেৰণ
-
দুৰ্ঘটনা সংঘটিত TATA ALTROZ বাহনৰ নম্বৰ AS 03 AB 8597
-
কন্টেনাৰখনৰ নম্বৰ AS 01 JC 2801।