যোৰহাটত আৰক্ষীৰ গুলীচালনা

যোৰহাটত আৰক্ষীৰ গুলীচালনা
  • যোৰহাটৰ বৰহুজত পুলিবৰ আৰক্ষীৰ গুলীচালনা

  • পুলিবৰ বৰহুজত ডকাইতক আটক কৰিবলৈ গৈছিল আৰক্ষীৰ দল

  • দুৰ্ধৰ্ষ ডকাইত পৰশুৰাম দাসে আক্রমণ কৰে আৰক্ষীৰ দলটোক

  • পৰশুৰাম দাসৰ আক্রমণত আহত এজন আৰক্ষী জোৱান

  • শূন্যলৈ গুলীচালনা কৰে আৰক্ষীৰ দলটোৱে

  • আৰক্ষীয়ে আটক কৰে দুৰ্ধৰ্ষ ডকাইত পৰশুৰাম দাসক

যোৰহাটত আৰক্ষীৰ গুলীচালনা
খ্ৰীষ্টান ধৰ্মগুৰু ৰেভাৰেন্ট তীৰ টানা তাৰাৰ পৰলোকপ্ৰাপ্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in