/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/691f91da-97d8-448b-ab2b-bae71479814d/326.jpg)
পূজাৰ আনন্দ উল্লাহৰ মাজতে তিতাবৰত অঘটন
তিতাবৰৰ ন-চুঙী চিপাহী চুকত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা
অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ জাহ যায় এটা বাসগৃহ
কোনোমতে প্ৰাণ ৰক্ষা এগৰাকী বৃদ্ধাৰ
জুনু শইকীয়াৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা
জুইত সম্পূৰ্ণৰূপে জাহ যোৱা পৰিয়ালটোৰ কাষত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ
আৰ্থিক সাহাৰ্যৰ লগতে যাৱতীয় কাপোৰ যোগান ধৰে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে।
Also Read: শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতেই মঙলদৈত শোকাৱহ ঘটনা