/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/93bc0051-5c17-456a-96c1-86529189d70c/325.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতেই দৰঙৰ দেওমৰনৈত শনিবাৰে আবেলি এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ দেওমৰনৈ সাৰ্বজনীন দুৰ্গোৎসৱত আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয় এগৰাকী পুৰোহিতে।
জানিব পৰামতে উচ্চ ৰক্তচাপজনিত কাৰণত পুৰোহিতগৰাকী ঢলি পৰি মৃত্যুৰ মুখত পৰে। মৃত পুৰোহিতজনৰ নাম পৰেশ শৰ্মা ৷ প্ৰয়াত শৰ্মাৰ ঘৰ দৰঙ জিলাৰ পাতিদৰংত আছিল।
Also Read: চীনত অনুষ্ঠিত বেডমিণ্টন এছিয়া জুনিয়ৰ চূড়ান্ত খেলত অসম সন্তান বৰ্ণিল আকাশ চাংমাই