
তিতাবৰ আৰক্ষীৰ বৃহৎ সফলতা।
ড্ৰাগছসহ আটক এজনক।
তিতাবৰ আৰক্ষীয়ে গোপন সুত্ৰৰ পমখেদি চলাইছিল অভিযান।
তিতাবৰৰ পথাৰ শ্যাম গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সবৰাহকাৰীটোক।
গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ৰাজীৱ শ্যাম।
আৰক্ষীয়ে জব্দ কৰিছে এখন বেলেন' বাহনো।
বাহনখনৰ নম্বৰ AS-03-AF-4863।
আনহাতে সোধপোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে আন দুজনক।
আটকাধীন আন দুজন যুৱক হৈছে পার্থ দাস আৰু প্ৰবাল দাস।