/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
যোৰহাটত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদৰাকী শাখাৰ অভিযানঃ এজনক আটক...
যোৰহাটত মুখ্যমন্ত্রীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান।
অভিযানত আটক কৰা হৈছে এজন কম্পিউটাৰ অ’পাৰেটৰক।
আটকাধীন কম্পিউটাৰ অ’পাৰেটৰজনৰ নাম ৰক্তিম বৰা।
ৰক্তিম বৰা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কম্পিউটাৰ অ’পাৰেটৰ।
ৰক্তিম বৰাৰ বিৰুদ্ধে বিভাগীয় উচ্চ পদস্থ বিষয়াৰ হৈ ধন সংগ্ৰহৰ অভিযোগ।
যোৰহাট সদৰ থানাত ৰক্তিম বৰাৰ সোধা-পোছা অব্যাহত আছে।
Also Read: সাহিত্য একাডেমীৰ সদস্য হিচাপে নিৰ্বাচিত বড়ো সাহিত্য সভাৰ দুবাৰৰ সভাপতি তৰেণ বড়ো...