সাহিত্য একাডেমীৰ সদস্য হিচাপে নিৰ্বাচিত বড়ো সাহিত্য সভাৰ দুবাৰৰ সভাপতি তৰেণ বড়ো...

সাহিত্য একাডেমীৰ সদস্য হিচাপে নিৰ্বাচিত বড়ো সাহিত্য সভাৰ দুবাৰৰ সভাপতি তৰেণ বড়ো...

author-image
Asomiya Pratidin
New Update
সাহিত্য একাডেমীৰ সদস্য হিচাপে নিৰ্বাচিত বড়ো সাহিত্য সভাৰ দুবাৰৰ সভাপতি তৰেণ বড়ো...

সাহিত্য একাডেমীৰ সদস্য হিচাপে নিৰ্বাচিত বড়ো সাহিত্য সভাৰ দুবাৰৰ সভাপতি তৰেণ বড়ো...

ডিজিটেল ডেস্কঃ বিশিষ্ট বড়ো ভাষাৰ সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো সাহিত্য একাডেমীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে বড়ো ভাষাৰ সাহিত্য একাডেমীৰ সদস্য হিচাপে তেওঁক সাহিত্য একাডেমীয়ে নিৰ্বাচিত কৰিছে।

বড়ো সাহিত্য সভাৰ দুটাকৈ কাৰ্যকালৰ সভাপতি আছিল তৰেণ বড়ো। বড়ো ভাষা বিষয়ক পণ্ডিত এইগৰাকী সাহিত্যিকক সাহিত্য একাডেমীৰ সদস্য হিচাপে নিৰ্বাচিত কৰাত তেওঁৰ গুণমুগ্ধসকলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে আনন্দিত হৈ পৰিছে।

শনিবাৰে তেওঁ নতুন দিল্লীত সাহিত্য একাডেমীৰ সদস্য হিচাপে শপতগ্ৰহণ কৰিব।

Also Read: উচ্ছেদিত বুঢ়াচাপৰি বনাঞ্চলত বাঘৰ মুক্ত বিচৰণঃ মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ফটো...

তৰেণ বড়ো সাহিত্য একাডেমী