/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/279a922e-ef4d-4727-971f-e9d388b50e3d/73.jpg)
চাহ বাগিছাৰ কলঘৰত পুনৰ অঘটন
তিতাবৰৰ টাইৰুণ চাহ বাগিচাৰ কলঘৰৰ CTC যন্ত্ৰত আঘাতপ্ৰাপ্ত কৰ্মচাৰী
CTC যন্ত্ৰত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাতপ্ত শ্ৰমিকজনৰ নাম ভাস্কৰ মাহান্তি
মাহান্তিক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে।
Also Read: কুকিসকলক শান্ত কৰিবলৈ অধিক স্বায়ত্ত শাসনৰ পৰিকল্পনা এন বীৰেণ সিঙ চৰকাৰৰ