/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
dangor khabar
মৰিয়নিৰ চেলেং চাহ বাগিচাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
নিশা এটি দহবছৰীয়া শিশুক অপহৰণৰ চেষ্টা।
বাগিছাখনৰ ৰাম সিং ভূমিজৰ পুত্ৰ শিৱাজিৎ ভূমিজ নামৰ শিশুটিক তিনিজনীয়া এটা দলে অপহৰণ কৰে।
সোমবাৰে মাজনিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হৈছিল এই ঘটনাটো।
শিশুটি প্ৰাস্ৰাৱ কৰিবলৈ বাহিৰলৈ ওলোৱা অৱস্থাত সংঘটিত হয় এই ঘটনা।
এখন মাৰুটি ভেনত আহিছিল অপহৰণকাৰীৰ দলটো।
মঙলবাৰে নিজৰ বুদ্ধি মত্তাৰে অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হয় শিশুটি।
উক্ত ঘটনাৰ পিছতেই অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে।
Also Read: দেশৰ কেইবাখনো ৰাজ্যত HEATWAVE ALART জাৰি বতৰ বিজ্ঞান বিভাগৰ...