স্বাস্থ্যৰ অৱস্থা জটিল হৈ পৰিছে কাব্যঋষি নীলমণি ফুকনৰ

স্বাস্থ্যৰ অৱস্থা জটিল হৈ পৰিছে কাব্যঋষি নীলমণি ফুকনৰ
  • স্বাস্থ্যৰ অৱস্থা জটিল হৈ পৰিছে কাব্যঋষি নীলমণি ফুকনৰ

  • শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কাব্যঋষি গৰাকীক

  • স্বাস্থ্যৰ জটিলতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছিল কাব্যঋষি গৰাকীক

  • বৰ্তমান ষ্ট্ৰ'কত আক্ৰান্ত নীলমণি ফুকন

  • চিকিৎসকৰ চোকা নজৰত ৰখা হৈছে কাব্যঋষি গৰাকীক

  •  ভেন্টিলেছনত ৰখা হৈছে নীলমণি ফুকনক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in