বাজেট অধিৱেনৰ পূৰ্বে জনতা ভৱনত বিশেষ বৈঠক...

জনতা ভৱনস্থিত বিত্ত বিভাগৰ সভাকক্ষত এক বিশেষ বৈঠক অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
বাজেট অধিৱেনৰ পূৰ্বে জনতা ভৱনত বিশেষ বৈঠক...

ডিজিটেল ডেস্ক: জনতা ভৱনস্থিত বিত্ত বিভাগৰ সভাকক্ষত এক বিশেষ বৈঠক অনুষ্ঠিত হয়। ২০২৩-২৪ বৰ্ষৰ বাজেট অধিৱেশনৰ পূৰ্বে বুধবাৰে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ সৈতে মন্ত্ৰী পিযুষ হাজৰিকাই এই বৈঠকত অংশ লয়।

Advertisment

জলসম্পদ, তথ্য আদি বিভাগৰ মন্ত্ৰী হাজৰীকাই বাজেট সম্পৰ্কে বিস্তৃত আলোচনা কৰে । উক্ত বৈঠকত বিত্ত বিভাগ, জলসম্পদ, তথ্য, জনসংযোগ, মুদ্ৰন আৰু লেখন সামগ্ৰী, সামাজিক ন্যায় আৰু সৱলীকৰণ আৰু সংসদীয় পৰিক্ৰমা বিভাগ সমূহৰ বিষয়াবৰ্গ উপস্থিত থাকে।

উল্লেখ্য যে, এইবাৰ বাজেটত চৰকাৰে ৰাইজক সকাহ দিব নে পুনৰ মাধমাৰ সোধাব সেয়া হ'ব লক্ষণীয়।

আৰু পঢ়ক: ধৰ্ষণৰ গোচৰত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে ৰকিবুল হুছেইনক...

pijus hazarika