/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/31697d8a-3ee1-4110-8198-564943cdbf3c/klkl_l_.jpg)
-
জামুগুৰিহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ গোঁসাইচুকত ভয়ংকৰ পথ দুৰ্ঘটনা ।
-
তীব্ৰবেগী AS-03-AA-7090 নম্বৰৰ KTM বাইকে খুন্দা মাৰে পথৰ কাষৰ গছত ৷
-
মঙলবাৰে সংঘটিত হয় এই ঘটনা।
-
গোঁসাইচুক গাঁৱৰ পথেৰে চকীঘাট অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা।
-
দুৰ্ঘটনাৰ ফলত থিতাতে নিহত দুই বাইক আৰোহী ৷
-
নিহত দুই যুৱকদ্বয় ক্ৰমে অসীম গগৈ(২২) আৰু বিজয় কাৰ্কি(২২)
-
নিহত দুই যুৱক জামুগুৰিহাটৰে ধলাইবিলৰ দৰ্জিবস্তি গাঁৱৰ বুলি জানিব পৰা গৈছে ৷
Also Read: অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব কাজিৰঙাৰ গঁড় হত্যাকাৰীকঃ জিপি সিং