জামুগুৰিহাটৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল দুই যুৱকৰ...

জামুগুৰিহাটৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল দুই যুৱকৰ...
  • জামুগুৰিহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ গোঁসাইচুকত ভয়ংকৰ পথ দুৰ্ঘটনা ।

  • তীব্ৰবেগী AS-03-AA-7090 নম্বৰৰ KTM বাইকে খুন্দা মাৰে পথৰ কাষৰ গছত ৷

  • মঙলবাৰে সংঘটিত হয় এই ঘটনা।

  • গোঁসাইচুক গাঁৱৰ পথেৰে চকীঘাট অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা।

  • দুৰ্ঘটনাৰ ফলত থিতাতে নিহত দুই বাইক আৰোহী ৷

  • নিহত দুই যুৱকদ্বয় ক্ৰমে অসীম গগৈ(২২) আৰু বিজয় কাৰ্কি(২২)

  • নিহত দুই যুৱক জামুগুৰিহাটৰে ধলাইবিলৰ দৰ্জিবস্তি গাঁৱৰ বুলি জানিব পৰা গৈছে ৷

জামুগুৰিহাটৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল দুই যুৱকৰ...
অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব কাজিৰঙাৰ গঁড় হত্যাকাৰীকঃ জিপি সিং

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in