জামুগুৰিহাটত অগ্নিকাণ্ড

জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত অগ্নিকাণ্ড

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ মৰিসুতি গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। গাঁওখনৰ আজাদ হুছেইন নামৰ যুৱকজনৰ ঘৰৰ কাষত থকা ধানখেৰৰ মেজিত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ ফলত দাউদাউকৈ জ্বলি উঠে খেৰৰ মেজি ।

Advertisment

গৃহস্থই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক আহি ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ লগত মিলি অগ্নি নিৰ্বাপত কৰে । কিন্তু ইতিমধ্যেই গৰুৰ বাবে আনি থোৱা প্ৰায় ১২ টেক্টৰ ধানখেৰ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় । অগ্নিকাণ্ডত অন্যলোক হতাহতি হোৱাৰ

Also Read: তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে অল্টো বাহন, মৃত্যু সাংবাদিকৰ

fire