দুৰ্ঘটনাত পতিত অবৈধ সুৰা কঢ়িওৱা বাহন

দুৰ্ঘটনাত পতিত অবৈধ সুৰা কঢ়িওৱা বাহন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ শান্তিপুৰত দুৰ্ঘটনাত পতিত হয় সুৰা কঢ়িয়াই অনা এখন বাহন । ৩০০ৰো অধিক আৰুণাচলী সুৰাৰ কাৰ্টুন কঢ়িয়াই অনা ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হয় ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত।

উল্লেখ্য যে, ট্ৰাকখনে অবৈধভাবে সুৰাখিনি কঢ়িয়াই নিছিল। উক্ত বাহনখনৰ নম্বৰ হৈছে ইউ পি-৮৬-টি-৯৮৬১। ইপিনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছে ট্ৰাকখনৰ চালক-হেণ্ডিমেন। অৱশ্যে ইতিমধ্যেই জামুগুৰি আৰক্ষীয়ে জব্দ কৰিছে সুৰাখিনি।

দুৰ্ঘটনাত পতিত অবৈধ সুৰা কঢ়িওৱা বাহন
প্ৰথিতযশা অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in