New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/55049a38-6a48-4606-80e4-17ae59973aad/l.jpg)
জখলাবন্ধা থানাৰ লকআপত আচামীৰ আত্মহত্যা।
মৃত আচামীজনৰ নাম ৰাজু নাথ।
কম্বলেৰে চিপ লৈ আত্মহত্যা আচামী ৰাজু নাথৰ।
গুৱাহাটীৰ মালিগাঁৱত ঘৰ মৃত আচামীজনৰ।
শুকুৰবাৰে জখলাবন্ধা আৰক্ষীয়ে আটক কৰিছিল।
চালকক হত্যা কৰি গাড়ী চুৰি ঘটনাত অভিযুক্ত আছিল।
Also Read: বিজেপিত যোগদান কৰিব ভূপেন বৰাই! যদিহে এই চৰ্তকেইটা মানি লয় মুখ্যমন্ত্ৰীয়ে...