চিৰাং আৰক্ষীয়ে আটক কৰিলে আই পি এলৰ জুৱাৰী...

চিৰাং আৰক্ষীয়ে আটক কৰিলে আই পি এলৰ জুৱাৰী...

author-image
Asomiya Pratidin
New Update
ঘোষণা হ'ল ২০২৪ বৰ্ষৰ আই পি এলৰ আৰম্ভণিৰ দিন

চিৰাং আৰক্ষীয়ে আটক কৰিলে আই পি এলৰ জুৱাৰী...

ডিজিটেল ডেস্কঃ দেশত এতিয়া আই পি এলৰ জ্বৰ। আই পি এলৰ মাজতেই দেশজুৰি বৃদ্ধি পাইছে জুৱা খেলৰ সংখ্যা। অসমো ইয়াৰ ব্যতিক্ৰম নহয়।

Advertisment

পূৰ্বৰ দৰে এইবাৰো আই পি এলৰ সমান্তৰালকৈ চলি আছে আই পি এল জুৱা। চিৰাঙৰ বিজনীত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে তেনে এটা জুৱাৰীক।

চিৰাঙৰ পানবাৰী আৰক্ষীয়ে অভিযান চলাই ২নং বিষ্ণুপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে এই জুৱাৰীটোক। ধৃত জুৱাৰীটোৰ নাম বিবেক ভট্টাচাৰ্য। আৰক্ষীয়ে তেওঁৰ পৰা জব্দ কৰিছে নগদ ১৫০০ টকা আৰু এটা মোবাইল।

Also Read: নিজ দেশৰ নাগৰিকৰ ওপৰতেই বিমান আক্ৰমণঃ ৩০ শিশুসহ এই পৰ্যন্ত ১০০ জনৰ মৃত্যু...

আই পি এল চিৰাং