/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5ad2d022-51d9-47e7-aea5-a3b8b39807fd/boko_08.jpg)
বকোৰ ৰাজাপাৰাত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ বিচৰণঃ উদ্ধাৰৰ বাবে চলিব অভিযান...
কামৰূপৰ বকোত আঘাতপ্ৰাপ্ত বন্যহস্তী।
আঘাতপ্ৰাপ্ত বন্যহস্তীটোৱে বিচৰণ কৰিছে জনাঞ্চলত।
স্থানীয় ৰাইজে যোগান ধৰিছে খাদ্য।
হাতীটোক আঘাতপ্ৰাপ্ত অৱস্থাত দেখি স্থানীয় ৰাইজে খবৰ দিছে বন বিভাগৰ বিষয়াক।
প্ৰত্যক্ষদৰ্শীৰ মতে হাতীটোৰ ভৰিত আঘাতৰ চিন স্পষ্ট।
অৱশ্যে কিদৰে আঘাতৰ সন্মুখীন হ'ল সেয়া এতিয়াও স্পষ্ট নহয়।
আজি বন বিভাগৰ এটা দলে আঘাতপ্ৰাপ্ত হাতীটোক উদ্ধাৰৰ প্ৰচেষ্টা চলিব।
Also Read: চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতী অপহৰণৰ অভিযোগ...