/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0a42bc7f-d4fe-4104-b5ba-c185028a0fb2/297.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথ আৰক্ষী থানাৰ এটি দলে ধুলি চাহ বাগিছাৰ সমীপত বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মংলবাৰে বিশ্বনাথ আৰক্ষী থানাৰ অন্তৰ্গত বালিচাংৰ ধুলি চাহ বাগিছাত পিষ্টলসহ গোলাবাৰুদ উদ্ধাৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d695d154-1446-4981-bb03-4645c9badbd3/8a66a828_1f1e_4e1c_a90d_ef175139adea.jpg)
জানিব পৰামতে, উক্ত দিনা ধুলি চাহ বাগিছাৰ ভিতৰত লুকাই ৰখা অৱস্থাত এটা ০.২২ পিষ্টল,গোলা বাৰুদ আৰু আন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ কথা জানিবলৈ দিয়ে।