/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5493ff7e-6675-4c48-bf42-1f2e53d45600/AP_FOR_WEB_1.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথত পুনৰ জব্দ হ'ল বৃহৎ পৰিমাণৰ অবৈধ সুৰা। বিশ্বনাথ আৰক্ষীৰ অভিযানত বৰপথাৰৰ পৰা জব্দ ১৬ কাৰ্টুন অবৈধ বিয়েৰৰ কাৰ্টুনৰ লগতে বিভিন্ন বেণ্ডৰ সুৰা।
জব্দ কৰিলে এ এছ ০১ এফ ই- ৪২৯২ নম্বৰৰ এল্ট' গাড়ী আৰু এ এছ ১২ এন- ৪৯৬৫ নম্বৰৰ এখন মটৰ চাইকেল। আটক এগৰাকী মহিলাসহ দুজন লোক।
Also Read: আমগুৰিত সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ বিজেপিত যোগদান