/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/86aa63b7-f712-4146-a195-4e4de61308c0/AJP.jpg)
অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ হুকম চান আলী বক্সীৰ
লোকসভা নিৰ্বাচনৰ পূৰ্বে পদত্যাগৰ জোৱাৰ।
অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ হুকম চান আলী বক্সীৰ।
অজাপৰ সভাপতিলৈ পদত্যাগ পত্র প্রেৰণ হুকুম চান আলী বক্সীৰ।
GMCৰ ১নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান আলী বক্সী।
Also Read: মোৰ পিতৃ ১৫ বছৰ মুখ্যমন্ত্ৰী আছিল,কিন্তু মোৰ নামত টিভি চেনেল, চাহ বাগান নাইঃ গৌৰৱ গগৈ