/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/da157e4b-6078-448d-9668-d3fa41cb4f4d/264.jpg)
চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান।
অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ এই অভিযান।
উক্ত অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ।
অশান্তজৰ্জৰ মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ পাহাৰীয়া এলেকাত জব্দ অত্যাধুনিক মাৰণাস্ত্ৰ।
উদ্ধাৰ হোৱা মাৰণাস্ত্ৰসমূহৰ ভিতৰত কেইটামান বিদেশত নিৰ্মিত।
জব্দকৃত মাৰণাস্ত্ৰসমূহ কান্ত্ৰি মেড ৰাইফল আৰু অন্যান্য মাৰণাস্ত্ৰ বুলি সদৰী কৰিছে নিৰাপত্তা বাহিনীয়ে।
Also Read: গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত জাগীৰোড মহাবিদ্যালয়ৰ খিতাপ অৰ্জন