বিজ্ঞান শাখাত ৯৭.৯৮%ৰে শীৰ্ষত তামুলপুৰ...

বিজ্ঞান শাখাত ৯৭.৯৮%ৰে শীৰ্ষত তামুলপুৰ...

ডিজিটেল সংবাদ,তামুলপুৰঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰতে বিজ্ঞান শাখাত তামুলপুৰ জিলাই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।

বিজ্ঞান শাখাত তামুলপুৰ জিলাৰ সৰ্বমুঠ ৪৯৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৪৮৪ গৰাকী উত্তীৰ্ণ হয়। লগতে ২১৫ গৰাকী প্ৰথম, ২৩৩ গৰাকী দ্বিতীয় আৰু ৩৬ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।জিলাখনত বিজ্ঞান শাখাত ৯৭.৯৮ শতাংশ উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়াই আনে। ফলস্বৰূপে জিলাখনৰ শৈক্ষিক মহলত পাৰভঙা উচাহ দেখিবলৈ পোৱা যায়।

বিজ্ঞান শাখাত ৯৭.৯৮%ৰে শীৰ্ষত তামুলপুৰ...
চীন নহয়, তিস্তা প্ৰকল্পত অৰ্থ ব্যয় কৰিব ভাৰতেঃ বাংলাদেশৰ সৈতে আলোচনা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in