কলা শাখাৰ শীৰ্ষ ১০ স্থানত ৰামানুজনৰেই ৮জন

কলা শাখাত প্ৰথম স্থান লাভ কৰা ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সংকল্পজিৎ শইকীয়াৰ ঘৰ নগাঁৱৰ কামপুৰৰ চাংচকীত।

author-image
Asomiya Pratidin
New Update
কলা শাখাৰ শীৰ্ষ ১০ স্থানত ৰামানুজনৰেই ৮জন

ডিজিটেল ডেস্কঃ কলা শাখাত প্ৰথম স্থান লাভ কৰা ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সংকল্পজিৎ শইকীয়াৰ ঘৰ নগাঁৱৰ কামপুৰৰ চাংচকীত। ইফালে ৰামানুজনৰ পৰাই দ্বিতীয় স্থান লাভ কৰা দিয়া মহন্তৰ ঘৰ তেজপুৰত।

Advertisment

আনহাতে বিজ্ঞান শাখাত তৃতীয় স্থান লাভ কৰা প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াৰ ঘৰ বিশ্বনাথত। ৰামানুজনৰ পৰা কলা শাখাত মুঠ ৮ জন ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিছে। তেওঁলোক ক্ৰমে প্ৰথম স্থানত সংকল্পজিৎ শইকীয়া, দ্বিতীয় স্থানত দিয়া মহন্ত, চতুৰ্থ স্থানত চুকলেংমুং চেতিয়া, পঞ্চম স্থানত শেখ ছানিয়া তাছনিম ৰহমান, সপ্তম স্থানত চবনম শইকীয়া, অষ্টম স্থানত জেৰিফা আহমেদ, দশম স্থানত মৃন্ময় কুমাৰ বৰা আৰু ৰক্তিম পাটৰ।

Also Read: কলা,বিজ্ঞান শাখাত ৰামানুজনৰ সংকল্পজিত , নিখিলেশ শীৰ্ষত, বাণিজ্য শাখাত গুৱাহাটীৰ বৰ্ষা, সংযুক্তাৰ প্ৰথমস্থান

Assam Higher Secondary Education Council result