নিশা নুনমাটিৰ শালবাৰীত ভয়ংকৰ অগ্নিকাণ্ড...

নিশা নুনমাটিৰ শালবাৰীত ভয়ংকৰ অগ্নিকাণ্ড...
  • নিশা নুনমাটিৰ শালবাৰীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

  • নুনমাটি ৰিফাইনেৰী হাইস্কুলৰ শিক্ষক গোলেলুৰ আলীৰ বাসগৃহত অগ্নিকাণ্ড

  • গোলেলুৰ আলীৰ ৬টাকৈ ভাৰাতীয় কোঠা ভস্মীভূত অগ্নিকাণ্ডত

  • আনহাতে ছিদ্দিক আলী নামৰ লোকজনৰ ৪টা ভাৰাতীয় কোঠাও ভস্মীভূত

  • অগ্নিকাণ্ডত জাহ যায় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি

  • অগ্নিকাণ্ডৰ ফলত বিষ্ফোৰণ হয় এটা চিলিণ্ডাৰো

  • ছখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in