/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1e98f8c2-72d3-4dbe-884f-c9deb7a83b04/tehre.jpg)
বিহপুৰীয়াৰ সন্তপুৰ পাচঁআলিত ভয়ংকৰ অগ্নিকাণ্ড ।
দেওবাৰে নিশাৰ ভাগত এই ঘটনা।
চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই ঘটনা।
কেইবাখনো দোকান ভস্মীভূত ৷
ক্ষয় ক্ষতিৰ পৰিমাণ বৰ্তমানলৈ নিশ্চিত হোৱা নাই ৷
বিহপুৰীয়া অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বপনৰ চেষ্টা চলাই আছে ৷
এজন লোক জীৱন্তে অগ্নিদগ্ধ ৷
নিহিত লোক জনৰ নাম ৰমেশ গগৈ ওৰফে ৰঙাই ৷
চাইকেল মেৰামতিৰ দোকান আছিল ৰমেশ গগৈৰ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us